ওয়াহাবী মতাদৰ্শ আৰু আজিৰ ইছলাম
ওয়াহাবী মতাদৰ্শ আৰু আজিৰ ইছলাম
খিলঞ্জীয়া অসমীয়া মুছলমানৰ ইতিহাস আহোমৰ সমসাময়িক । এওঁলোকৰ অধিকাংশ খিলঞ্জীয়া, জাতি, জনজাতিৰ, লোক বিভিন্ন কাৰণত ধৰ্ম পৰিবৰ্তন কৰি ইছলামত দীক্ষিত হৈছিল । তেওঁলোকে চুফী ইছলাম গ্ৰহণ কৰিছিল, ইছলাম পৃথিবীৰ দ্বিতীয় সৰ্ববৃহত ধৰ্ম হৈছে একমাত্ৰ চুফী সকলোৰ উদাৰতাৰ বাবে । সেই সময়ত ইছলামৰ জয় জয়, ময় ময়, সাহিত্য সংস্কৃতি বিজ্ঞান সকলো ক্ষেত্ৰতে আগৰণুৱা আছিল ।
কিন্তু ১৭০০ খ্ৰীষ্টাব্দৰ পিচৰ পৰা ইছলামৰ মাজত ভাঙোন দেখা যাই । ইতিহাস কাৰে ইয়াৰ মূল কাৰণ ৱাহাবী মতবাদ বুলি চিনাক্ত কৰিছে । পৃথিবীৰ ৯৯.৯ শতাংশ মুছলমান উগ্ৰপন্থী ওয়াহাবী মতাদৰ্শৰে দীক্ষিত । ৱাহাবী মতবাদ বাৰু নো কি ?
মিঃ Hempher, ব্ৰিটিচ গুপ্তচৰৰ Memoirs of Mr. Hempher, The British Spy to the Middle East or Confessions of a British Spy নামৰ দস্তাবেজত ইয়াৰ উল্লেখ পোৱা যায় । (https://en.wikipedia.org/…/Memoirs_of_Mr._Hempher,_The_Brit…)
১৮০০ শতাব্দী মীঃ হেম্পহাৰ ব্ৰিটিচ চৰকাৰৰ গুপ্তচৰ হিচাপে মধ্যপ্ৰাচ্যত কাম কৰিছিল । সেইসময়ত ইছলামৰ সমাজ ব্যৱস্থা আছিল অতি সু-শৃংখলাবদ্ধ । ব্ৰিটিচ চৰকাৰ লক্ষ্য আছিল সাম্ৰাজ্য সম্প্ৰসাৰণ কৰা । এখন সু-শৃংখলাবদ্ধ সমাজ বা দেশত ব্ৰিটিছৰ উদ্দেশ্য পূৰ্ণ হোৱাৰ সম্ভাৱনা নাই কৱ পাৰি । তাৰে উপায় উলিয়াবৰ বাবে ব্ৰিটিচ চৰকাৰে মিঃ হেম্পহাৰক দায়িত্ব দিয়ে । ৰক্ষণশীল সমাজ ব্যৱস্থাক ভাঙিবোৰ বাবে হেম্পহাৰ উপায় উলিয়াব বিচাৰিলে । কাৰণ সেই সময়ত ভাতৃত্ববোধ, মানৱতাবোধ, ইছলামৰ সমাজ ব্যৱস্থাৰ অঙ্গ আছিল । এনেকুৱা সমাজ ব্যৱস্থাত কোনো কাৰকে ক্ৰিয়া নকৰে । তেওঁলোকৰ নিজৰ শাসকৰ প্ৰতি আস্থা আছিল, কোনো ধৰণৰ প্ৰলোভনত ভুল নগৈছিল । মদ্যপান ব্যভিচাৰ ইছলামৰ সমাজ ব্যৱস্থাত নাচিল, ইয়াৰ অবিহনে সমাজ ব্যৱস্থা শিথিল কৰা সহজ নহয়, আৰু ইয়াৰে আশাও ইছলামৰ সমাজত নাই । সংস্কাৰ অবিহনে এনেকুৱা ৰক্ষণশীল সমাজ ব্যৱস্থাক ভাঙিব কঠিন মিঃ হেম্পহাৰে বুজি উঠিছিল । ইয়াৰে উপায় হিচাপে মিঃ হেম্পহাৰে ইৰাকৰ মহম্মদ ইবন আবদ আল-ওয়াহাব নামে ব্যক্তি জনক চিনাক্ত কৰে । তেওঁৰ লগত হেম্পহাৰে বন্ধুত্ব কৰে, ওয়াহাব ব্ৰিটিছৰ ষড়যন্ত্ৰত সন্মতি নিদিয়ালে হেম্পহাৰে এৰা নাছিল । মিঃ হেম্পহাৰৰ বক্তব্য অনুসৰি ইছলামক দুৰ্বল কৰিবলৈ ব্ৰিটিছ চৰকাৰে প্ৰায় ৫০০০ ব্ৰিটিছ বিষয়াক নিযুক্তি দিছিল ।
এতিয়া আহু আচল কথালৈ, অসমীয়া মুছলমানৰ কথা । অসমীয়া মুছলমান সকল অধিকাংশ খিলঞ্জীয়া, জাতি, জনজাতিৰ, লোক এওঁলোক চুফী ইছলামত দীক্ষিত । সেইবাবে এওঁলোকে ইছলামত দীক্ষিত হৈয়ো জাতীয় পৰম্পৰা এৰা নাছিল । ইছলামত ইয়াৰ কনো বাধ্য-বাধকতা নাই । ইয়াৰ উদাহৰণ আজান ফকীৰৰ ৰচিত জিকিৰ আৰু জাৰি । ইছলাম মানে এক ঈশ্বৰবাদ আৰু মূৰ্তি পূজা নিষেধ, অসমৰ শংকৰী ধৰ্মৰ দৰে । ইতিহাসৰ পাতত বিচাৰিলে পোৱা যাই এই খিলঞ্জীয়া অসমীয়া মুছলমানবোৰ অসমৰ সংকট কালত সদায় অসমৰ পক্ষে থিয় হৈছে আৰু অটুট বিশ্বাস ভবিষ্যতেও হব । কিন্তু ১৮০০ খ্ৰীষ্টাব্দৰ পিছৰ পৰা অসমত হোৱা বিভিন্ন কাৰণত, বিভিন্ন জাতি ধৰ্মৰ প্ৰৱৰজনত অসমত অহা বঙ্গমূলিয়া মুছলমান সকল হল ওয়াহাবী মতাদৰ্শৰে দীক্ষিত । ওৱাহাবী মতাৰ্দশই চৰিয়াত আইনক বেচি গুৰুত্ব দিয়ে । চৰিয়াত আইন আজিৰ পৰা ১২০০-১৩০০ বছৰ আগত বিভিন্ন কাৰণত বিভিন্ন সমাজত সেই সময়ৰ সমাজ ব্যৱস্থাৰ ওপৰত আধাৰিত । ইয়াৰ কোনো সম্পৰ্ক ইছলামৰ মূল গ্ৰন্থৰ লগত নাই । ইয়াৰে কিছু আইন কোৰাণৰ ভুল ব্যাখ্যা দি কৰা হৈছিল । মই আকৌ কওঁ চৰিয়াত আইন আজিৰ পৰা ১২০০-১৩০০ বছৰ আগত বিভিন্ন কাৰণত বিভিন্ন সমাজত সেই সময়ৰ সমাজ ব্যৱস্থাৰ ওপৰত আধাৰিত । সেই সময়ৰ সমাজৰ সমাজ ব্যৱস্থা আজিত কৈ ১০০০ গুণে বেলেগ আছিল । সেই আইন আজিৰ আধুনিক সমাজত স্থান নাই । কিন্তু ওয়াহাবী মতাদৰ্শৰ সমাজে সেই আইন এৰিব নোখোজে । সেই বাবে এইসকল বঙ্গমূলিয়া মুছলমান ১০০-১৫০ বছৰ আগত আহিও অসমীয়া সমাজত বিলীন হব পৰা নাই ।

Comments
Post a Comment